• প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনত আহি উপস্থিত হ’লহি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।
  • কিছু সময় পাছতে আৰম্ভ হ’ব শপত গ্ৰহণ অনুষ্ঠান।
  • সুষমা স্বৰাজে শপত নলয় মন্ত্ৰীৰূপে।
  • ৩ মন্ত্ৰী পদ নিদিয়াৰ বাবে শপত গ্ৰহণত অংশ নলয় এনডিএ সহযোগী দল জেডিইউ-এ।

The post appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2JMPjjz
via IFTTT

Comments