হাতী মানুহৰ সংঘাতঃ ডিমৌ দিহিং মুখত এজনৰ মৃত্যু

জগন্নাথ গগৈ, ডিমৌঃ শিৱসাগৰ জিলাৰ ডিমৌ পানিদিহিং মৌজাৰ অন্তৰ্গত দিহিংমুখৰ বালি চাপৰিত যোৱা নিশা এদল হাতীয়ে মহৰ খুটিত আক্ৰমণ কৰি এজন লোকক গচকী মৃত্যু মুখত পেলাই লগতে আন দুজনক গুৰুত্ব ভাৱে আহত কৰে। মৃত লোক জন উমাকান্ত চাহানি( ৪২) ঘৰ সাপেখতি গাওঁ। আনহাতে ধাইবাৰী গাওঁ ৰ জয়ৰাম চাহানি (৩৩) আৰু ডিমৌ মুখ ৰ নিবাসী চুমীৰ মালা(১৮) গুৰুত্ব ভাৱে আহত হয়।

The post হাতী মানুহৰ সংঘাতঃ ডিমৌ দিহিং মুখত এজনৰ মৃত্যু appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/30RQJyR
via IFTTT

Comments