ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ কেন্দ্ৰীয় কেবিনেট ৰূপে শপতগ্ৰহণ…

- ঝাৰখণ্ডৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ শপতগ্ৰহণ।
- ১৯৯৫ চনত তেওঁ প্ৰথম বিধায়কৰূপে নিৰ্বাচিত হৈছিল।
- ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা ২০০০চনত বিজেপিত যোগদান কৰিছিল মুণ্ডাই।
- তিনিবাৰকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হৈছিল তেওঁ।
The post ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ কেন্দ্ৰীয় কেবিনেট ৰূপে শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W0qL8n
via IFTTT
Comments
Post a Comment