টিভি পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে মাতৃ হীৰাবেনে…

- পুত্ৰ নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান ঘৰতে বহি প্ৰত্যক্ষ কৰিলে মোডীৰ মাতৃ হীৰাবেন মোডীয়ে।
- দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত ললে নৰেন্দ্ৰ মোডীয়ে।
- টেলিভিশ্যনৰ পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰে।
- গান্ধীনগৰস্থিত বাসভৱনত বহিয়েই টিভিত পুত্ৰৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰত্যক্ষ কৰে মাতৃয়ে।
The post টিভি পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে মাতৃ হীৰাবেনে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30U8q0B
via IFTTT
Comments
Post a Comment