জম্মু-কাশ্মীৰৰ বাৰমুল্লাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

- জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাৰ চুপুৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
- চুপুৰৰ পুৰা এলেকাত অব্যাহত আছে সংঘৰ্ষ।
- অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
The post জম্মু-কাশ্মীৰৰ বাৰমুল্লাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EI2D4B
via IFTTT
Comments
Post a Comment