আৰ কে সিঙৰ শপতগ্ৰহণ…

- দ্বিতীয় মোডীৰ মন্ত্ৰীসভাত ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে শপত ললে সিঙে।
- ১৯৭৫ বেটছৰ আই এ এছ বিষয়া তেওঁ।
- মোডীৰ প্ৰথম কাৰ্যকালতো তেওঁ আছিল ৰাজ্যিক মন্ত্ৰী।
- গৃহ সচিব ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল আৰ কে সিঙে।
- লালকৃষ্ণ আদৱাণীৰ ৰথ যাত্ৰাত বাধা দিছিল এইগৰাকী বিষয়াই।
- বৰ্তমান বিহাৰৰ আৰাহ সমষ্টিৰ বিজেপি সাংসদ সিং।
The post আৰ কে সিঙৰ শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HKCpjW
via IFTTT
Comments
Post a Comment