তৃতীয় স্থানত শপত ল’লে অমিত শ্বাহে

  • অমিত শ্বাহে শপত ল’লে তৃতীয় স্থানত।
  • প্ৰথমবাৰৰ বাবে মোডীৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্তি অমিত শ্বাহৰ।
  • প্ৰথমে শপত ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • দ্বিতীয়তে শপত লয় ৰাজনাথ সিঙে।
  • তৃতীয় স্থানত ৰাষ্ট্ৰপতিয়ে শপত কৰায় অমিত শ্বাহক।

The post তৃতীয় স্থানত শপত ল’লে অমিত শ্বাহে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30Sgwqu
via IFTTT

Comments