স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে অনুৰাগ ঠাকুৰ, সুৰেশ আংগাৰী

- শপত ল’লে অনুৰাগ ঠাকুৰে।
- ২০১৬-২০১৭লৈকে বিচিচিআইৰ অধ্যক্ষ আছিল তেওঁ।
- হিমাচলক হৰিমপুৰৰ পৰা একেৰাহে ৪ বাৰৰ সাংসদ।
- ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধ্যক্ষ।
- হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধৱলৰ পুত্ৰ তেওঁ।
- শপত ল’লে সুৰেশ আংগাৰীয়ে।
- কৰ্ণাটকৰ বেলগাম সমষ্টিৰ পৰা চতুৰ্থবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত।
- বিএইছ য়েদেয়ুদয়াৰপ্পাৰ ঘনিষ্ঠ ৰূপে পৰিচিত।
The post স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে অনুৰাগ ঠাকুৰ, সুৰেশ আংগাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W3IA6C
via IFTTT
Comments
Post a Comment