আকৌ মোডীৰ মন্ত্ৰীসভাত গিৰিৰাজ সিং, ল’লে কেবিনেট মন্ত্ৰীৰ শপত

- আকৌ মন্ত্ৰীসভাত গিৰিৰাজ সিং।
- নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত দ্বিতীয় বাৰৰ বাবে স্থান লাভ গিৰিৰাজ সিঙৰ।
- বেগুচৰাইত কানহাইয়া কুমাৰক পৰাস্ত কৰিছিল তেওঁ।
- উগ্ৰ হিন্দুবাদী নেতা বুলি পৰিচিত।
- ২০০৮-২০১০লৈকে তেওঁ বিহাৰৰ মন্ত্ৰী আছিল।
- বিতৰ্কিত মন্তব্যৰ বাবে পৰিচিত গিৰিৰাজ সিং।
The post আকৌ মোডীৰ মন্ত্ৰীসভাত গিৰিৰাজ সিং, ল’লে কেবিনেট মন্ত্ৰীৰ শপত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HKs33s
via IFTTT
Comments
Post a Comment