পুনৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে মোডী মন্ত্ৰীসভাত কিৰণ ৰিজিজুৰ স্থান লাভ…

- উত্তৰপূৰ্বাঞ্চলৰ প্ৰতিনিধি ৰূপে কিৰণ ৰিজিজুৰ শপতগ্ৰহণ।
- মোডীৰ প্ৰথম কাৰ্যকালত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল ৰিজিজু।
- ২০০৪চনত প্ৰথম লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ।
- দিল্লী বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰিছিল ৰিজিজুৱে।
- অৰুণাচল পশ্চিম সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে লোকসভালৈ।
The post পুনৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে মোডী মন্ত্ৰীসভাত কিৰণ ৰিজিজুৰ স্থান লাভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HMdAEu
via IFTTT
Comments
Post a Comment