প্ৰকাশ জাবেদকাৰৰ শপতগ্ৰহণ

প্ৰকাশ জাবেদকাৰৰ শপতগ্ৰহণ।

২০০৮ চনত তেওঁ প্ৰথম বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

মোডীৰ প্ৰথম কাৰ্যকালত মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় চম্ভালিছিল তেওঁ।

এইবাৰো তেওঁ স্থান লাভ কৰিছে মোডীৰ মন্ত্ৰীসভাত।

স্মৃতি ইৰাণীক মানৱ সম্পদৰ দায়িত্বৰ পৰা আঁতৰাই সেই দায়িত্ব দিছিল প্ৰকাশ জাবেদকাৰক।

The post প্ৰকাশ জাবেদকাৰৰ শপতগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WBNPP8
via IFTTT

Comments