স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে সন্তোষ গনৱাৰৰ শপত গ্ৰহণ।

  • স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰীৰূপে সন্তোষ কুমাৰ গনৱাৰৰ শপত গ্ৰহণ।
  • মোডীৰ প্ৰথম কাৰ্যকালতো তেওঁ আছিল ৰাজ্যমন্ত্ৰী।
  • ৮ বাৰ লোকসভালৈ নিৰ্বাচিত হৈছে এইগৰাকী সাংসদ।
  • ১৯৮১ চনত তেওঁ প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
  • উত্ত্ৰ প্ৰদেশৰ বৰেলী সমষ্টিৰ সাংসদ বৰ্তমান।
  • বাজপেয়ীৰ চৰকাৰৰ দিনতো তেওঁ লাভ কৰিছিল মন্ত্ৰীসভাত স্থান।

The post স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে সন্তোষ গনৱাৰৰ শপত গ্ৰহণ। appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HMNPE1
via IFTTT

Comments