ৰাও ইন্দ্ৰজিত সিঙৰ শপতগ্ৰহণ…

  • স্বতন্ত্ৰ মন্ত্ৰী ৰূপে মোডীৰ কেবিনেটত স্থান লাভ।
  • মোডীৰ প্ৰথম কাৰ্যকালতো স্বতন্ত্ৰ মন্ত্ৰী আছিল তেওঁ।
  • ২০১৩ৰ ছেপ্টেম্বৰত তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগ দিছিল।
  • বৰ্তমান হাৰিয়ানাৰ গুৰগাঁও সমষ্টিৰ সাংসদ।
  • পঞ্চমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেওঁ।
  • ৩বাৰ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন আছিল ৰাও ইন্দ্ৰজিত।

The post ৰাও ইন্দ্ৰজিত সিঙৰ শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W1KcxA
via IFTTT

Comments