প্ৰহ্লাদ যোশীৰ শপতগ্ৰহণ…

- কেবিনেট মন্ত্ৰী ৰূপে প্ৰহ্লাদ যোশীৰ শপতগ্ৰহণ।
- কৰ্ণাটক বিজেপিৰ অধ্যক্ষ আছিল যোশী।
- আৰ এছ এছৰ অতি ঘনিষ্ঠ বুলি পৰিচিত।
- ধাৰৱাৰ সমষ্টিৰ পৰা চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হৈছে যোশী।
The post প্ৰহ্লাদ যোশীৰ শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MiMVmL
via IFTTT
Comments
Post a Comment