মহানগৰীৰ মালিগাঁৱত পথ দুৰ্ঘটনা, ৩ খন বাহনৰ সংঘৰ্ষ…

  • মহানগৰীৰ মালিগাঁৱত পথ দুৰ্ঘটনা।
  • ৩ খন বাহনৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ।
  • ৩ গৰাকী ছাত্ৰীসহ এজন চালক আহত দুৰ্ঘটনাত ।
  • জিএমচিৰ বাহনে প্ৰথেম খুন্দিয়াই এখন ছুইফট ডিজায়াৰক।
  • ছুইফট ডিজায়াৰখনে খুন্দিয়াই এখন স্কুল বাছক।
  • গুৰুতৰভাৱে আহত ছুইফট ডিজায়াৰৰ চালক।
  • স্কুল বাছখনত থকা ৩ ছাত্ৰী আহত।
  • বাছখন প্ৰাগজ্যোতিষ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ।

The post মহানগৰীৰ মালিগাঁৱত পথ দুৰ্ঘটনা, ৩ খন বাহনৰ সংঘৰ্ষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30T1TTH
via IFTTT

Comments