ড০ হৰ্ষৱৰ্ধনৰ কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ…

  • ড০ হৰ্ষবৰ্ধনৰ শপতবাক্য পাঠ।
  • মোডীৰ প্ৰথমটো কাৰ্যকালতো মন্ত্ৰী আছিল ড০ হৰ্ষৱৰ্ধন।
  • দিল্লীৰ চান্দনীচক লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে তেওঁ।
  • মোডীৰ প্ৰথম কাৰ্যকালত স্বাস্থ্য মন্ত্ৰী ৰূপে দায়িত্ব চম্ভালিছিল তেওঁ।
  • এইবাৰো কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে তেওঁ।

The post ড০ হৰ্ষৱৰ্ধনৰ কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2YXM24I
via IFTTT

Comments