নেৰিব অধ্যক্ষ পদঃৰাহুল গান্ধীলৈ এ পি চি চিৰ প্ৰস্তাৱ…

ডিজিটেল ডেস্কঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহু শীৰ্ষনেতাৰ অনুৰোধ প্ৰত্যাখান কৰাৰ পাছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰা এক প্ৰস্তাৱৰ জৰিয়তে ৰাহুল গান্ধীক কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ নকৰিবলৈ অনুৰোধ জনাইছে। জ্যেষ্ঠ নেতাৰ অনুৰোধ বাৰে বাৰে প্ৰত্যাখান কৰি শেহতীয়াকৈ বুধবাৰে অহা এমাহৰ ভিতৰত এজন বিকল্প নেতা সন্ধান কৰিবলৈ আহ্বান জনাইছিল ৰাহুলে। ইয়াৰ পিছতে সমগ্ৰ দেশৰ প্ৰদেশ কংগ্ৰেছ কমিটি সকলৰ মাজতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল।

The post নেৰিব অধ্যক্ষ পদঃৰাহুল গান্ধীলৈ এ পি চি চিৰ প্ৰস্তাৱ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XaBtuE
via IFTTT

Comments