আজি প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে

- আজি প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে।
- ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ সমাৰোহ।
- দ্বিতীয়বাৰৰ বাবে আজি মহাভিষেক ঘটিব নৰেন্দ্ৰ মোডীৰ।
- প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহলৈ আমন্ত্ৰিত ৭ গৰাকীকৈ ৰাষ্ট্ৰপ্ৰধানক।
- নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰিপালা সিৰিসেনাও থাকিব উপস্থিত।
- ইতিমধ্যে দিল্লীত উপস্থিত হৈছে প্রধানমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহলৈ আমন্ত্ৰিত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ।
- বিশ্বৰ বিভিন্ন প্ৰান্তত থকা এশ গৰাকী প্ৰবাসী ভাৰতীয়ক জনোৱা হৈছে আমন্ত্ৰণ।
- প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণলৈ আমন্ত্ৰণ জনোৱা হৈছে ৮০০০ লোকক।
The post আজি প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WySgdD
via IFTTT
Comments
Post a Comment