মোডীৰ কেবিনেট মন্ত্ৰী ৰূপে গজেন সিং শ্বেখাৱতৰ শপতগ্ৰহণ…

- গজেন সিং শ্বেখাৱতকো মোডীৰ কেবিনেট মন্ত্ৰী ৰূপে স্থান দিয়া হৈছে।
- মোডীৰ প্ৰথম কাৰ্যকালত কৃষি ৰাজ্য মন্ত্ৰী আছিল তেওঁ।
- স্বদেশী জাগৰণ মঞ্চৰ সৈতে জড়িত শ্বেখাৱত।
- ৰাজস্থানৰ যোধপুৰ সমষ্টিৰ পৰা এইবাৰ তেওঁ নিৰ্বাচিত হৈছে।
- বিজেপি সাংসদগৰাকী শ্বেখাৱতে ৰাজস্থানৰ মুখ্যমন্ত্ৰীদৰ পুত্ৰ অশোক গেহলেটক পৰাস্ত কৰিছে।
- ৰাজস্থানত অতি প্ৰভাৱশালী নেতা শ্বেখাৱত।
The post মোডীৰ কেবিনেট মন্ত্ৰী ৰূপে গজেন সিং শ্বেখাৱতৰ শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VYi8LL
via IFTTT
Comments
Post a Comment