শিৱসেনাৰ সাংসদ অৰবিন্দ শাৱন্তক কেবিনেট মন্ত্ৰীৰ পদ…

  • অৰবিন্দ শাৱন্তেও স্থান লাভ কৰিছে মোডী কেবিনেটত।
  • দক্ষিণ মুম্বাইৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে তেওঁ।
  • শেৱসেনাৰ সাংসদ তেওঁ।
  • দুটাকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ বিধায়ক আছিল শাৱন্ত।
  • প্ৰথমবাৰৰ বাবে মোডী কেবিনেটত তেওঁৰ স্থান লাভ।

The post শিৱসেনাৰ সাংসদ অৰবিন্দ শাৱন্তক কেবিনেট মন্ত্ৰীৰ পদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MiMZ5Z
via IFTTT

Comments