ৰামবিলাস পাচৱান, নৰেন্দ্ৰ সিং তোমৰৰ কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ

- এনডিএমৰ সহযোগী দল লোক জনশক্তি পাৰ্টীৰ মুৰব্বী ৰামবিলাস পাচৱানেও মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে।
- সপ্তম স্থানত ৰামবিলাস পাচৱালে কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰে তেওঁ।
- এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই ৰামবিলাস পাচৱানে।
- ৰাজ্যসভাৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে পাচৱানৰ।
- অষ্টম স্থানত কেবিনেট মন্ত্ৰী ৰূপে শপত বাক্য পাঠ কৰে নৰেন্দ্ৰ সিং তোমৰে।
The post ৰামবিলাস পাচৱান, নৰেন্দ্ৰ সিং তোমৰৰ কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W0hLQP
via IFTTT
Comments
Post a Comment