মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বলিউদৰ বহু তাৰকা…

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন দেশৰ ৰাজনৈতিক নেতাসকলৰ লগতে উপস্থিত থাকিব বলিউদৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী। ৰাষ্ট্ৰপতি ভৱনৰ এই অনুষ্ঠানত উপস্থিত হ’বৰ বাবে পুৱাই দিল্লীত উপস্থিত হৈছে অভিনেত্ৰী কংগণা ৰাণাৱট। ইয়াৰ বাহিৰেও এই অনুষ্ঠানত অনুপম খেৰ, হেমা মালিনী, বমন ইৰানী, বিবেক অৱৰয়ৰ দৰে কেইবাজনো অভিনেতা উপস্থিত থাকিব।আজি সন্ধিয়া ৭ বজাত দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীয়ে শপত লোৱাৰ লগতে কেবিনেটৰ মন্ত্ৰীসকলেও ল’ব শপত।
The post মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বলিউদৰ বহু তাৰকা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Kd26v7
via IFTTT
Comments
Post a Comment