মোডীৰ শপতগ্ৰহণৰ পাছত প্ৰথমতো ভাল খবৰ…

ডিজিটেল ডেস্কঃ দেশৰ নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ লোৱাৰ পাছতে ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে ৬ পইচাকৈ মূল্য হ্ৰাস পোৱাৰ পাছত শুকুৰবাৰেও হ্ৰাস পায় পেট্ৰ’ল-ডিজেলৰ মূল্য। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১২ পইচাকৈ হ্ৰাস পায়। বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭১.৭৩ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৫১ টকা।
The post মোডীৰ শপতগ্ৰহণৰ পাছত প্ৰথমতো ভাল খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HNEzPR
via IFTTT
Comments
Post a Comment