প্ৰহ্লাদ পেটেলৰ শপত গ্ৰহণ

- প্ৰহ্লাদ পেটেলৰ শপত গ্ৰহণ।
- মধ্যপ্ৰদেশৰ পৰা এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে তেওঁ।
- পঞ্চম বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হৈছে পেটেলে।
- শ্ৰমিক আন্দোলনেৰে জড়িত আছিল তেওঁ।
- ১৫ বছৰ পূৰ্বে তেওঁৰ নৰ্মদা যাত্ৰা আৰম্ভ কৰিছিল।
- বাজপেয়ী চৰকাৰত আছিল তেওঁ কয়লা ৰাজ্য মন্ত্ৰী।
- স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে এইবাৰো স্থানলাভ কৰিছে পেটেলে।
The post প্ৰহ্লাদ পেটেলৰ শপত গ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KdkILv
via IFTTT
Comments
Post a Comment