স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰতাপ চন্দ্ৰ সাৰংগী, দেৱাশ্ৰী চৌধুৰীৰ

- স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ল’লে প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে।
- দেশৰ আটাইতকৈ দুখীয়া সাংসদ হিচাপে পৰিচিত।
- প্ৰচাৰৰ সময়ত চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল সাৰংগীয়ে।
- পশ্চিম বংগৰ ৰায়গঞ্জ সমষ্টিৰ সাংসদ দেৱশ্ৰী চৌধুৰীৰ শপত গ্ৰহণ।
- স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত লয় তেওঁ।
- মমতা বেনাৰ্জী চৰকাৰৰ বিৰোধিতা কৰি ২০১৬ চনত হৈছিল গ্ৰেপ্তাৰ।
- বৰ্তমান পশ্চিম বংগৰ বিজেপিৰ মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ।
The post স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰতাপ চন্দ্ৰ সাৰংগী, দেৱাশ্ৰী চৌধুৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EHx2QC
via IFTTT
Comments
Post a Comment