কেবিনেট মন্ত্ৰী ৰূপে পীয়ুষ গোৱেলৰ স্থান লাভ…

- পূৰ্বৰ মোডীৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল গোৱেলে।
- জেটলীৰ অনুপস্থিতিত বিত্ত মন্ত্ৰণালয় চম্ভালিছিল তেওঁ।
- ৰেল বিভাগৰ কেবিনেট মন্ত্ৰী আছিল পীয়ুষ গোৱেল।
- এইবাৰো কেবিনেট মন্ত্ৰী ৰূপে শপত লৈছে পীয়ুষ গোৱেলে।
The post কেবিনেট মন্ত্ৰী ৰূপে পীয়ুষ গোৱেলৰ স্থান লাভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Z0BXEe
via IFTTT
Comments
Post a Comment