শপত গ্ৰহণৰ পূৰ্বে পুৱাই অমিত শ্বাহৰ সৈতে নৰেন্দ্ৰ মোডীৰ পুনৰ বৈঠক

- দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বৈঠক।
- কেন্দ্ৰীয় মন্ত্ৰীসভাত কোনে কোনে স্থান পাব সেই সন্দৰ্ভত বৈঠকত আলোচনাৰ সম্ভাৱনা।
- এইবাৰ মন্ত্ৰীসভাত দেখিবলৈ পোৱা যাব পাৰে কেইবাখনো নতুন মুখ।
- মন্ত্ৰীসভাত অমিত শ্বাহৰ নাম অন্তৰ্ভূক্ত হোৱাক লৈও চলিছে চৰ্চা।
- আজি সন্ধিয়া ৰাষ্ট্ৰপতিভৱনত প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে।
- শপত গ্ৰহণৰ পূৰ্বেই বিজেপিৰ অধ্যক্ষ গৰাকীৰ সৈতে তেওঁ মিলিত হয় বৈঠকত।
The post শপত গ্ৰহণৰ পূৰ্বে পুৱাই অমিত শ্বাহৰ সৈতে নৰেন্দ্ৰ মোডীৰ পুনৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EHr4z4
via IFTTT
Comments
Post a Comment