এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে

- কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ।
- উত্তৰ প্ৰদেশৰ চান্দুলী সমষ্টিৰ সাংসদ তেওঁ।
- মানৱ বিকাশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল পূৰ্বে।
- উত্তৰ প্ৰদেশৰ বিজেপিৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ।
The post এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HMCns4
via IFTTT
Comments
Post a Comment