নিৰ্বাচনী বিপৰ্যয়ঃ মণিপুৰত ১২ জন কংগ্ৰেছ বিধায়কৰ পদত্যাগ…

  • মণিপুৰ কংগ্ৰেছত অভাৱনীয় সংকট।
  • নিৰ্বাচনী বিপৰ্যয়ৰ পাছত কংগ্ৰেছৰ সন্মুখত নতুন সংকট।
  • পদত্যাগ কৰিলে মণিপুৰৰ ১২ জন কংগ্ৰেছ বিধায়কে।
  • দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিলে বিধায়ককেইজনে।
  • দলৰ বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ সিদ্ধান্ত ।

The post নিৰ্বাচনী বিপৰ্যয়ঃ মণিপুৰত ১২ জন কংগ্ৰেছ বিধায়কৰ পদত্যাগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KbXZzz
via IFTTT

Comments