মিলা নাই অংক! ৫ জুলাইলৈ ৰেডিশ্বন ব্লুতে থাকিব বিসম্বাদী বিধায়ক…

- এতিয়াও মিলা নাই মহাৰাষ্ট্রৰ বিসম্বাদী অংক।
- ৫ জুলাইলৈ হোটেল ৰেডিছন ব্লুত থাকিব বিসম্বাদী বিধায়ক।
- অন্য়হাতে মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটৰ মাজতে বিজেপিৰ বিশেষ তৎপৰতা।
- বিজেপিৰ সকলো বিধায়কক মুম্বাইত হাজিৰ হোৱাৰ নিৰ্দেশ।
- ২৯ জুনত বিধায়ক সকলক উপস্থিত হোৱাৰ নিৰ্দেশ।
- সহযোগী বিধায়ককো মুম্বাইত উপস্থিত হোৱাৰ নিৰ্দেশ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6qTGNy1
via IFTTT
Comments
Post a Comment