জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩সন্ত্ৰাসবাদী…

- জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত ভাৰতীয় সেনাৰ।
- জম্মু-কাশ্মীৰত পাক সন্ত্রাসবাদীলৈ আৰক্ষীৰ গুলীচালনা।
- সেনাৰ গুলীত ৩ সন্ত্রাসবাদী নিহত।
- জম্মু-কাশ্মীৰৰ পলুৱামাত সংঘটিত এই ঘটনা।
- উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনকেইটাত জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।
- সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল নিৰীহ জনতা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/G4oekMn
via IFTTT
Comments
Post a Comment