কৰুণ ঘটনা : নিশা বানৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ যোৱা নাও দুৰ্ঘটনা- ৩ শিশু সন্ধানহীন

- হোজাইত পুনৰ নিশা ভয়ংকৰ নাও দুৰ্ঘটনা।
- নাৱৰ পৰা পৰি সন্ধানহীন তিনিটাকৈ শিশু।
- যাঠিওৰা গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- নাওখনত আছিল মুঠ ২৭গৰাকী যাত্রী।
- নিশাই ২১ জনক উদ্ধাৰ কৰিলে এছ ডি আৰ এফ বানিহীয়ে।
- ৩ জন লোকে সাঁতুৰি ৰক্ষা কৰিলে প্রাণ।
- ইছলামপুৰৰ পৰা নিৰাপদ স্থানলৈ যাওতেই এই ঘটনা।
- বানৰ বাবেই নিৰাপদ স্থানলৈ গৈছিল দলটো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rBPZpSf
via IFTTT
Comments
Post a Comment