সুৰামত্ত স্বামীয়ে হত্যা কৰিলে পত্নীক…

ডিজিটেল সংবাদ: বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পাকা লাইনত নৃশংস হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে হত্যা কৰিলে পত্নীক। প্রদীপ মু্ণ্ডাই হত্যা কৰে পত্নী প্রীতি মুণ্ডাক।
বৃহস্পতিবাৰে পুৱা ঘৰৰ চৌহদত উদ্ধাৰ হয় প্রীতি মুণ্ডাৰ মৃতদেহ । অভিযোগ অনুসৰি পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত এই হত্যাকাণ্ড।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
আৰু পঢ়ক: মেঘালয়ত ভূমিস্খলন, মাটিৰ তলত সোমাই পৰিলে ট্ৰাক, আৱদ্ধ শ শ বাহন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KGnm21C
via IFTTT
Comments
Post a Comment