কলিয়াবৰত কাঞ্চনজুৰিত ভয়ংকৰ দুৰ্ঘটনাঃ ৪জনৰ কৰুণ মৃত্যু…

- কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ দুৰ্ঘটনা
- দুৰ্ঘটনাটোত ৪জন যুৱকৰ কৰুণ মৃত্যু
- নিহত অংকুৰজ্যোতি বৰা, ঋষভ দাস, লোহিত দাস, ৰাহুল সেনাপতি
- নিয়ন্ত্রণ হেৰুৱাই খাৱৈত সোমাইছিল বিলাসী বাহন
- বাহনখনত আছিল মুঠ ৫ জন লোক
- গুৰুতৰভাৱে আহত শচীন বৰদলৈ
- গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছিল বাহনখন
- দুৰ্ঘটনাগ্রস্ত AURA গাড়ীখনৰ নম্বৰ AS03 AE8003
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gNsw8FR
via IFTTT
Comments
Post a Comment