মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা

- মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা।
- কামাখ্যাৰ নামনিত ভূমিস্খলনৰ ঘটনা।
- পাহাৰৰ মাটি খহি পৰিল এটা ঘৰত।
- ঘৰৰ বেৰ ভাঙি সোমাল পাহাৰৰ মাটি।
- মনদীপ মজুমদাৰ নামৰ লোকজনৰ ঘৰত এই ঘটনা।
- ভূমিস্খলনৰ ঘটনাত মণি দত্ত নামৰ মহিলাগৰাকী আহত ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/nZg1t57
via IFTTT
Comments
Post a Comment