অভিযুক্তক মাৰপিট,ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া…

@ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ।

@ অভিয়ুক্তক মাৰপিট,ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন।

@ মাটি বাৰী সংক্ৰান্তীয় এক গোচৰত অভিয়ুক্তক ধৰি আনি নিৰ্মম প্ৰহাৰ কৰিছিল এই আৰক্ষী বিষয়া জনে ।

@ নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াজনক ।

@ ৰূপহী থানাত জেৰা অব্যাহত ৰাখিছে এই গৰাকী আৰক্ষী বিষয়াক ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/I1JmAzf
via IFTTT

Comments