মহিলাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ…

  • মুকালমুৱাত মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।
  • মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা।
  • স্বামী পৰিয়ালৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যাৰ অভিযোগ।
  • নিলুফা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ।
  • স্বামী ৰবিউল হকে মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OaRc3XC
via IFTTT

Comments