নেৰানেপেৰা বৰষুণ ফলত ভূমিস্খলন : নিশা ১-৩০ বজাৰ পৰা অব্যাহত উদ্ধাৰ অভিযান, আবদ্ধ ৪ জন…

  • নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ তাণ্ডৱ।
  • নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত ভয়ংকৰ ভূমিস্খলন।
  • পশ্চিম বৰাগাঁও নিজৰাপাৰত সংঘটিত হৈছে ভয়ানক ভূমিস্খলন।
  • এটা ঘৰ হেঁচা মাৰি ধৰিলে পাহাৰৰ মাটিয়ে।
  • বৰ্তমানেও ঘৰটোত আবদ্ধ হৈ আছে ৪ জন লোক।
  • নিশা প্ৰায় ১-৩০ বজাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • আনহাতে বামুণীমৈদানৰ জ্যোতিনগৰতো ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা গৈছে।

ক্লিক কৰি পঢ়কঃ ৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা : আধাৰ কাৰ্ড অবিহনে অসম্ভৱ হ’ব আপোনাৰ যাত্ৰা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ltFB3ui
via IFTTT

Comments