আজি শিলচৰলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা…

- আজি শিলচৰলৈ যাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
- কাছাৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে যাব মুখ্যমন্ত্রী
- ৩দিনৰ ভিতৰতে মুখ্যমন্ত্রীৰ দ্বিতীয়বাৰলৈ কাছাৰ যাত্রা
- শিলচৰ চহৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্রীয়ে
- জিলা প্রশাসনৰ সৈতে পৰ্যালোচনা বৈঠকতো অংশ ল’ব মুখ্যমন্ত্রী শৰ্মাই
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Pde7KO3
via IFTTT
Comments
Post a Comment