বঙাইগাঁৱত ড্ৰাগছসহ ধৃত দুই সৰবৰাহকাৰী…

  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
  • বঙাইগাঁৱৰ ৰাখালডুবিত আৰক্ষীৰ ড্রাগছবিৰোধী অভিযান।
  • অভিযানত কেইবা লক্ষাধিক টকাৰ ড্রাগছ জব্দ।
  • ধৃত দুই সৰবৰাহকাৰী মকছেদ আলী আৰু ৰবোৱাল হুছেইন।
  • অভিযানত জব্দ ১৫.৩০ গ্রাম ড্রাগছ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NhfFpe2
via IFTTT

Comments