বনৰীয়া হাতীৰ আক্ৰমণত আহত কিশোৰ…

- পশ্চিম কাৰ্বি আংলঙত হাতী-মানুহৰ সংঘাত।
- বনৰীয়া হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত এটি কিশোৰ।
- আহত বৰিম ফাংচ’ নামৰ সপ্তম শ্রেণীৰ ছাত্রগৰাকী
- আহত ছাত্রজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rEGsawZ
via IFTTT
Comments
Post a Comment