বান আৰু প্ৰৱল বৃষ্টিপাতৰ বাবে সষ্টম কৰ্তন কৰা হৈছে বিদ্যুৎ…

- ৰাজ্যৰ চৌদিশে বানপানী।
- কৃত্রিম বান আৰু নেৰানেপেৰা বৰষুণৰ বাবে সষ্টম হৈ পৰিছে বিদ্যুৎ বিভাগ।
- মহানগৰীৰ বিপদসংকুল এলেকাত বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সংযোগ।
- ফটাশিল বিদ্যুৎ সংমণ্ডলৰ অস্থায়ীভাৱে কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ।
- নেৰানেপেৰা বৰষুণৰ বাবে জটিল হৈ পৰিছে মহানগৰীৰ পৰিস্থিতি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xY24VRm
via IFTTT
Comments
Post a Comment