ক্ষেত্রীৰ ৰেৱামহেশ্বৰত বনৰীয়া হাতীৰ সন্ত্রাস

  • ক্ষেত্রীৰ ৰেৱামহেশ্বৰত বনৰীয়া হাতীৰ সন্ত্রাস।
  • ৰেৱামহেশ্বৰৰ লিচু বাগানত বন্যহস্তীৰ জাকে চলাইছে সন্ত্রাস।
  • অঞ্চলটোৰ বাৰীৰ কলগছ তহিলং কৰে হাতীৰ জাকটোৱে।
  • শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
  • শনিবাৰৰ নিশাৰ পৰাই হাতীৰ উপদ্রৱ অব্যাহত।
  • বৰ্তমানেও উপস্থিত হোৱা বন বিভাগৰ লোক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QG36pTB
via IFTTT

Comments