ডবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, গ্ৰেপ্তাৰ এজন…

- ডবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ।
- এখন প্রেছ লিখিত বাহনৰ পৰা জব্দ নিচাজাতীয় টেবলেটখিনি।
- অভিযানত তিনিটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ।
- গ্রেপ্তাৰ ডিফুৰ জেংচিং ইংতি, চেব তেৰং, ৰাজা তেৰং।
- জব্দকৃত বাহনখনৰ নম্বৰ AS 01 AX 3979।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZcGhWEp
via IFTTT
Comments
Post a Comment