হাজোত আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৪টা অপহৰণকাৰী…

- হাজোত আৰক্ষীৰ অভিযান
- আৰক্ষীৰ জালত ৪ টা অপহৰণকাৰী
- এজন যুৱকক অপহৰণৰ চেষ্টা চলাইছিল অভিযুক্তকেইটাই
- এখন বলেৰ’ বাহনত আহিছিল অপহৰণকাৰী দলটো
- ডিপুল বৈশ্য নামৰ যুৱকজনক অপহৰণৰ চেষ্টা চলাইছিল দলটোৱে
- আৰক্ষীয়ে অপহৰণকাৰীৰ পৰা উদ্ধাৰ কৰিছে চোকা অস্ত্র
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xVNcOPs
via IFTTT
Comments
Post a Comment