কৰ্মচাৰীক দিয়া নাই দৰমহাঃ এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ…

  • এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ
  • শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে DGPক দিয়ে এই নিৰ্দেশ
  • উলুবাৰীস্থিত মুখ্য কাৰ্যালয়সহ ৰাজ্যৰ ২৮টা শাখাৰ নথি জব্দৰ নিৰ্দেশ
  • দীৰ্ঘদিন ধৰি দৰমহা পোৱা নাছিল এছকাৰ্ড বেংকৰ কৰ্মচাৰীয়ে
  • দৰমহা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কৰ্মচাৰী
  • বেংক কৰ্তৃপক্ষই আদালতত দাখিল কৰা তথ্যত বেংকত জমা মাত্র ২১ লাখ টকা
  • শুকুৰবাৰে বেংকৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ন্যায়ালয়ত দাখিল কৰে এই তথ্য
  • ইয়াৰ পিছতে ন্যায়ালয়ে বেংকৰ সকলো তথ্য জব্দ কৰিবলৈ নিৰ্দেশ DGPক


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jLdPNXS
via IFTTT

Comments