বৈঠালাংছ’ৰ ১নং দুৱাৰ আমলা সমষ্টিত আজি পুনৰ ভোটগ্রহণ…

  • বৈঠালাংছ’ৰ ১নং দুৱাৰ আমলা সমষ্টিত পুনৰ ভোটগ্রহণ
  • সমষ্টিটোৰ দুটা কেন্দ্রত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোটগ্রহণ
  • পুঞ্জাৰ ১৬নং বৰপথাৰৰ ME স্কুল,১৭নং বৰপথাৰ LP স্কুলত ভোটগ্রহণ
  • ৮ জুনত কেন্দ্র দুটাত ষ্টাম্প হেৰুৱাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ
  • উত্তেজিত জনতাই জ্বলাই দিছিল দুটাকৈ বেলট বাকচ


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6oe1mKG
via IFTTT

Comments