অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

- অসমত ক’ভিডত সংক্রমণ ক্রমাৎ বৃদ্ধি।
- বুধবাৰৰ দিনটোত ২১জন লোক নতুনকৈ আক্রান্ত।
- কামৰূপ (মঃ) জিলাত ১১জন, কামৰূপত ৭জন আক্রান্ত।
- বঙাইগাঁও জিলাত ২জন, নগাঁৱত এজন নতুনকৈ আক্রান্ত।
- মঙলবাৰে অসমত আক্রান্তৰ সংখ্যা আছিল ১০জন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/w82uPgS
via IFTTT
Comments
Post a Comment