ডিগবৈত দুই তেল চোৰ আটক…

- ডিগবৈত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত আটক দুজন তেল চোৰ।
- আটকাধীন তেল চোৰ দুটা বিপিন ৰাজকোঁৱৰ আৰু ত্রিদিপ হাজৰিকা।
- আনহাতে পলাই যায় আন এটা তেল চোৰ।
- পলাই যোৱা তেল চোৰটো ভগৱান শ্বাহ।
- আৰক্ষীয়ে জব্দ কৰিছে জব্দ বৃহৎ পৰিমাণৰ তেল, ড্রাম, চুৰি কাৰ্যত ব্যৱহৃত সামগ্রী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://www.asomiyapratidin.in/2-thief-arrested-in-digboi/
via IFTTT
Comments
Post a Comment