পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

- বুধবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ।
- ২৬ টা পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
- ৯০৮ টা কেন্দ্ৰত ভোটগ্ৰহণ।
- ৭,৪০,০৬০ গৰাকী ভোটাৰে নিৰ্ণয় কৰি প্ৰাৰ্থীৰ ভাগ্য।
- নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৫৪ গৰাকী প্ৰাৰ্থী।
- আজি বিটিচিৰ কাকলিবাৰীত অনুষ্ঠিত উপ-নিৰ্বাচন।
- সন্ধিয়া ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JfzCw1p
via IFTTT
Comments
Post a Comment